MyGovIndia Profile picture
Citizen engagement platform of Government of India, giving people the opportunity to work towards Surajya with their ideas & grass root level contribution.

Aug 19, 2020, 5 tweets

#NationalRecruitmentAgency য়ে প্ৰাৰ্থী আৰু সংস্থা দুয়োৰে স্বচ্ছতা আৰু নিয়োগ প্ৰক্ৰিয়া সহজ কৰিব।
#NRA #CabinetDecisions

#CabinetDecisions #NationalRecruitmentAgency ৰ Common Eligibility Test (CET) য়ে চাকৰি সন্ধানকাৰী সকলক অধিক বিকল্পৰ সুযোগ দিব। লগতে ই কাৰিকৰী আসন সমূহৰ বাবে SSC ৰ স্তৰ - ১ ৰ পৰীক্ষা, ৰেলৱে নিয়োগ বৰ্ড আৰু বেংকিং বিষয়াৰ নিৰ্বাচন পৰীক্ষা সমূহৰ সলনি #CET অনুষ্ঠিত হ'ব।

#CabinetDecisions #NationalRecruitmentAgency য়ে প্ৰাৰ্থী সকলৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ সময় হ্ৰাস কৰিব। ১০০০ ৰো অধিক কেন্দ্ৰত CET অনুষ্ঠিত হ'ব।

#CabinetDecisions #NationalRecruitmentAgency ৰ দ্বাৰা প্ৰাৰ্থী সকলে নিজৰ পৰীক্ষাৰ সময় আৰু কেন্দ্ৰ ঠিক কৰিব পাৰিব।

#CabinetDecisions #NationalRecruitmentAgency য়ে নিয়োগ প্ৰক্ৰিয়া সাৱলীল কৰিবলৈ সহায় কৰিব। আৱেদনৰ পঞ্জীয়ন, ৰুল নম্বৰ/প্ৰৱেশ পত্ৰ বিতৰণ, নম্বৰ, মেধাৰ তালিকা আদি প্ৰদৰ্শন অনলাইনযোগে হ'ব।

Share this Scrolly Tale with your friends.

A Scrolly Tale is a new way to read Twitter threads with a more visually immersive experience.
Discover more beautiful Scrolly Tales like this.

Keep scrolling