Chief Minister Assam Profile picture
Chief Minister's Office, Government of Assam
May 26, 2021 4 tweets 2 min read
কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি, ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি আৰু দীনদয়াল দিব্যাংগ যোজনাৰ আৰ্থিক সাহায্য প্ৰদানৰ প্ৰক্ৰিয়া সৰলীকৰণৰ সিদ্ধান্ত। আঁচনি তিনিখনৰ হিতাধিকাৰীয়ে প্ৰতিমাহৰ ১০ তাৰিখে বেংক একাউণ্ট যোগে লাভ কৰিব প্ৰাপ্য ধন। #AssamCabinet (1/4) ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ পৰা বড়োলেণ্ড সম্পৰ্কীয় কাম-কাজসমূহ্ক পৃথক কৰি বড়োলেণ্ড কল্যাণ বিভাগ নামেৰে এটা সুকীয়া বিভাগ সৃষ্টি কৰাত কেবিনেটে আজি অনুমোদন জনায়। #AssamCabinet (2/4)
May 26, 2021 4 tweets 3 min read
Key decisions taken in #AssamCabinet presided over by CM @ Dr @himantabiswa on May 26, 2021:

Fund disbursement process of Kushal Konwar Briddha Pension Scheme & Indira Miri Widow Pension Scheme shall be simplified.
(1/4) Funds shall be released to 13 lakh beneficiaries of Kushal Konwar Briddha Pension Scheme, 1,60,000 beneficiaries of Deen Dayal Divyang Yojana & 1,70,000 beneficiaries of Indira Miri Widow Pension Scheme on 10th of every month. #AssamCabinet
(2/4)