Thread Reader
Share this page!
×
Post
Share
Email
Enter URL or ID to Unroll
×
Unroll Thread
You can paste full URL like: https://x.com/threadreaderapp/status/1644127596119195649
or just the ID like: 1644127596119195649
How to get URL link on X (Twitter) App
On the Twitter thread, click on
or
icon on the bottom
Click again on
or
Share Via icon
Click on
Copy Link to Tweet
Paste it above and click "Unroll Thread"!
More info at
Twitter Help
ᴹᵉᵍʰᵐᵃˡᵃ【Girl Clicks Assam】
@Girl_Clicks
Meghmala Choudhury: Climate Change Consultant,Public Speaker & Communicator,📷 iStock by Getty Photographer, Artist, 🎓Alum:Liverpool @livuni MPhys Astrophysics
Subscribe
Save as PDF
Feb 8, 2022
•
12 tweets
•
4 min read
আপুনি জানেনে যে বিশ্বব্যাপী বালিৰ নাটনি চলি আছে?
আপুনি এতিয়া ভাবি আছে: এই তথ্যই মোৰ জীৱনক প্ৰভাৱিত কৰিব নেকি? 🤷
কিন্তু বালি হৈছে আমাৰ ঘৰৰ কংক্ৰিট,ফোনৰ চিলিকন চিপ!
🧵
1 বালি খননে কেনেদৰে Climate Change আনিছে
2 আৰু এটা idea যিয়ে যুৱ সকলক অনুপ্ৰাণিত কৰিব পাৰে
#অসম
(12/12)
(2/n) পৃথিৱীত বহুতো মৰুভূমি আছে।
বালিৰ অভাৱ কেনেকৈ হ'ব পাৰে?
মৰুভূমিৰ বালি আমাৰ বাবে উপযোগী নহয়! 😯
কেৱল river bedৰ পৰা বালি হে উপযোগী।
কিয়?
ই বালিৰ দানাৰ আকৃতিৰ ওপৰত নিৰ্ভৰ কৰে!
#ClimateCrisis
Save as PDF
Oct 12, 2021
•
6 tweets
•
3 min read
আমি জলবায়ু পৰিৱৰ্তন হ্ৰাস কৰিবলৈ সূৰ্যৰ শক্তি কেনেদৰে হ্ৰাস কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিছো।
আজি জলবায়ু পৰিৱৰ্তন হ্ৰাস কৰিবলৈ মেঘ ব্ৰাইটেনিংৰ কথা কওঁ আহক!
অৱশ্যে ইয়াৰ মোৰ নামৰ সৈতে একেবাৰে কোনো সম্পৰ্ক নাই: মেঘমালা (Meghmala) 😉
(1/6)
#ClimateEmergency
Climate Change
(2/6) Marine মেঘ উজ্জ্বলকৰণৰ বাবে প্ৰথম experiment টো ২০২০ চনৰ মাৰ্চমাহত অষ্ট্ৰেলিয়াত কৰা হৈছিল।
মেৰিন ক্লাউড ব্ৰাইটেনিং হৈছে এক বিতৰ্কিত টেক্ন`লজী।
তেন্তে এইটো কিয় প্ৰয়োজনীয় আছিল?
অষ্ট্ৰেলিয়াৰ গ্ৰেট বেৰিয়াৰ ক'ৰেল ৰিফ বচাবলৈ।
#GreatBarrierReef
#Australia
#ClimateAction
Save as PDF
Sep 23, 2021
•
11 tweets
•
5 min read
কৃষি, খাদ্য আৰু জলবায়ু পৰিৱৰ্তন।
জলবায়ু পৰিৱৰ্তনে কৃষিক কেনেদৰে প্ৰভাৱিত কৰে?
কৃষিয়ে জলবায়ু পৰিৱৰ্তনক কেনেদৰে প্ৰভাৱিত কৰে?
ইয়াৰ দ্বাৰা অসম কেনেকৈ প্ৰভাৱিত হয়?
Climate স্মাৰ্ট কৃষি কি?
A thread 🧵 (1/11)
#climateaction
#climateemergency
#agriculture
(2/11) সমগ্ৰ বিশ্বত ভোকাতুৰ লোকৰ সংখ্যা বাঢ়িছে: 690 million লোক
জলবায়ু পৰিৱৰ্তনে কৃষিক যথেষ্ট প্ৰভাৱিত কৰে।
1.
বৰ্ধিত তাপমাত্ৰা
2.
কীট-পতংগৰ সমস্যা।
3.
বানপানী
#assam
#ClimateCrisis
Climate Change
Save as PDF
Sep 14, 2021
•
6 tweets
•
2 min read
আমি সকলোৱে জানো যে কাৰ্বন নিৰ্গমন আমাৰ পৃথিৱীৰ বাবে ক্ষতিকাৰক। আৰু কাৰ্বন নিৰ্গমন দিনক দিনে বাঢ়ি আহিছে।
আমি কাৰ্বন নিৰ্গমন capture কৰিব পাৰোঁ নেকি ?
আইচলেণ্ডে এইটো কৰিবলৈ চেষ্টা কৰিছে।
(1/n)
#ClimateAction
#climatechange
#iceland
(2/n) 5 দিন আগতে, আইচলেণ্ডত বিশ্বৰ সৰ্ববৃহৎ কাৰ্বন কেপচাৰ আৰু ষ্টোৰেজ প্ৰকল্পটো চলিবলৈ আৰম্ভ কৰিছে
আইচলেণ্ডীয় শব্দ "অৰ্কা" অৰ্থাৎ "শক্তি" ৰ নামেৰে প্ৰকল্পটোৰ নাম অৰ্কা ৰখা হৈছে
প্ৰকল্পটোৱে বায়ুৰ পৰা পোনপটীয়াকৈ কাৰ্বন ডাই অক্সাইড suck কৰে।
Save as PDF
Aug 31, 2021
•
10 tweets
•
4 min read
জলবায়ু পৰিৱৰ্তনৰ এটা মুখ্য সমস্যা হ'ল বৰ্ধিত উষ্ণতা। পৃথিৱীৰ তাপমাত্ৰা বাঢ়ি গৈ আছে
তেতিয়াহলে সূৰ্যৰ শক্তি হ্ৰাস কৰা টো সম্ভৱ নেকি? ⛅
Yes! Ingredientটো আমাৰ ENO পেকেটত উপলব্ধ! 😉
A thread
1 সৌৰ geo engineering
2 অসম ৰ বাবে এটা প্ৰশ্ন
Climate change
#assam
#ClimateEmergency
(2/n) জলবায়ু পৰিৱৰ্তনৰ ২ টা মুখ্য সমস্যা আছে
1 আমি কাৰ্বন নিৰ্গমন হ্ৰাস কৰিব লাগিব
২ আমি তাপমাত্ৰা ১.৫ ডিগ্ৰী অধিক বৃদ্ধি হোৱাটো বন্ধ কৰিব লাগিব
উষ্ণতা হ্ৰাস কৰিবলৈ আমাৰ ওচৰত এটা সমাধান থাকিব পাৰে
সৌৰ geoengineering
হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ সেইটো কৰাৰ পৰিকল্পনা আছিল!